July 20, 2025 8:17 PM

views 95

হিমাচল প্ৰদেশত সঘনাই হৈ থকা প্ৰৱল প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্রী অমিত শ্বাহৰ বহুখণ্ডীয় কেন্দ্রীয় গোট গঠনৰ নিৰ্দেশ

হিমাচল প্ৰদেশত সঘনাই হৈ থকা প্ৰৱল প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও ক্ষেত্ৰত কেন্দ্ৰীয় গোট গঠনৰ নিৰ্দেশ দিছে। এই কেন্দ্ৰীয় গোটটোত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণ, ৰুৰকীৰ কেন্দ্ৰীয় নির্মাণ গৱেষণা প্ৰতিষ্ঠান, পুণেৰ ভাৰতীয় গ্রীষ্মমণ্ডলীয় বতৰ বিজ্ঞান প্রতিষ্ঠান, ভূতত্ববিদ আৰু ইন্দোৰৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ বিশেষজ্ঞক লৈ গঠন কৰা হ'ব। গৃহ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে, চলিত বৰ্ষৰ দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ কালছোৱাত হিমাচল প্ৰদেশৰ বিভিন্ন প্ৰা...