May 16, 2024 11:16 AM

views 31

পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ আৰু ইয়াৰ ওপৰত দেশৰ অধিকাৰ আছে : অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ আৰু ইয়াৰ ওপৰত দেশৰ অধিকাৰ আছে। এটা বাতৰি যোগান প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত শ্ৰীশ্বাহে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ কিয়নো সমগ্ৰ কাশ্মীৰক ভাৰতৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছিল। পাকিস্তান অধিকৃত কাশ্মীৰত সূত্ৰপাত হোৱা প্ৰতিবাদ সন্দৰ্ভত শ্ৰীশ্বাহে কয় যে কু-শাসনৰ বাবেই এনে হৈছে। আম আদমী পাৰ্টীৰ মুৰববী অৰবিন্দ কেজৰিৱালে দলে পর্যাপ্ত ভোট লাভ কৰিলে তেওঁ কাৰাগাৰ...