July 18, 2026 9:38 AM

views 2

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ভাৰত-বাংলা সীমান্তৰ সমীপৰ বি এছ এফৰ অষ্টাদশ বেটেলিয়ানৰ জুমাগচ চকী পৰিদৰ্শন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ভাৰত-বাংলাদেশৰ সীমান্তৰ সমীপত অৱস্থিত সীমান্ত সুৰক্ষা বাহিনী বি এছ এফৰ অষ্টাদশ বেটেলিয়ানৰ জুমাগচ চকী পৰিদৰ্শন কৰিব। পৰিদৰ্শন কালত শ্ৰী শ্বাহে চকীটোত নিয়োজিত বি এছ এফৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিব আৰু পাহাৰী সন্মিলনত ভাষণ দিব।  তেওঁ লগতে গছপুলি ৰোপণ, আধাৰশিলা স্থাপন, বিভিন্ন প্ৰকল্পৰ উদ্বোধন কৰিব। পাছত গৃহমন্ত্ৰীগৰাকীয়ে শিলিগুড়িৰ উত্তৰ কন্যাত এলানি উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰিব। এইলানি বৈঠকত বিভিন্ন প্রশাসনিক বিষয়ৰ পৰ্যালোচনা কৰাৰ লগতে পশ্চিমবংগত নতু...