August 8, 2026 11:59 AM

views 11

মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেডৰ নতুন কার্যালয় উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেডৰ নতুন কার্যালয় উদ্বোধন কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যিক নগৰ সমবায় বেংক ফেডাৰেচন আৰু জিলা সংঘৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰিব। এই কাৰ্যসূচীৰ সময়ত এন ইউ চি এফ ডি চি আৰু ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি সম্পন্ন হোৱাৰ কথা। এই সহযোগিতাই নগৰীয়া সমবায় বেংকিং খণ্ডত চাইবাৰ সুৰক্ষা, প্রযুক্তিগত সামর্থ্য, আৰু প্ৰতিষ্ঠানিক ক্ষমতা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰ...