September 19, 2024 8:59 PM

views 39

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন উপলক্ষে নতুন দিল্লীৰ সন্মিলনত বিগত ১০০ দিনৰ কাৰ্যসূচী সম্পর্কে গৃহমন্ত্রী অমিত শ্বাহৰ আলোকপাত

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন উপলক্ষে আজি নতুন দিল্লীত আয়োজিত সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে চৰকাৰে বিগত এশটা দিনত গ্ৰহণ কৰা কাৰ্যসূচী সম্পর্কে আলোকপাত কৰে। শ্ৰীশ্বাহে কয় যে, দ্বিতীয় পৰ্যায়ৰ শ্বেতবিপ্লৱে মহিলাৰ সৱলীকৰণ, শিশুৰ পুষ্টিহীনতা ৰোধ, কর্মসংস্থাপন সৃষ্টি, জৈৱিক কৃষি পদ্ধতি উন্নীতকৰণ আৰু এই কৃষিৰ দ্বাৰা ভূমিৰ উৰ্বৰতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব। আনহাতে, এই অনুষ্ঠানত কেন্দ্ৰীয় মীন পালন, পশুপালন, দুগ্ধ আৰু পঞ্চায়তীৰাজ দপ্তৰৰ মন্ত্ৰ...