December 7, 2025 7:58 PM

views 51

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শীঘ্রেই আহমেদাবাদে গোলকীয় ক্রীড়াক্ষেত্রত শীর্ষ স্তৰ স্পৰ্শ কৰিব বুলি আশা প্রকাশ কৰিছে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শীঘ্রেই আহমেদাবাদে গোলকীয় ক্রীড়াক্ষেত্রত শীর্ষ স্তৰ স্পৰ্শ কৰিব বুলি আশা প্রকাশ কৰিছে। শ্রীশ্বাহে লগতে ২০৩৬ চনত ভাৰতে অলিম্পিক আয়োজনৰ সুবিধা লাভ কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ কয়, যে বিগত কিছু বর্ষত আহমেদাবাদত বিশ্বমানৰ ক্রীড়া আন্তঃগাঁথনি উপলব্ধ হৈছে। চহৰখনত ক্রীড়াক্ষেত্ৰৰ বিভিন্ন প্রশিক্ষণৰো সুবিধা কৰা হৈছে বুলি তেওঁ প্রকাশ কৰে। ২০৩০ চনৰ কমনৱেলথ গেমছৰ বাবে আহমেদাবাদ সাজু হৈ উঠা বুলি উল্লেখ কৰি তেওঁ কয়, যে চহৰখনত শীঘ্রেই বিশাল চৰ্দাৰ পেটেল স্পর্টছ এনক্লেভ গঢ়ি উঠি...