October 18, 2025 8:54 PM

views 68

আমিনগাঁৱত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ তনভী শৰ্মা ফাইনেলত

আমিনগাঁৱত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি ত্ৰয়োদশ দিনত একক ছোৱালী শাখাৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতৰ তনভী শৰ্মাই জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। তনভী শৰ্মাই চীনৰ লিউ ছি য়াক ১৫–১১, ১৫-৯ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা তনভী শৰ্মা হৈছে পঞ্চমগৰাকী ভাৰতীয় শ্বাটলাৰ। ইয়াৰ পূৰ্বে ভাৰতৰ অপর্ণা প’পাৰ্টে ১৯৯৬৩, ২০০৬ আৰু ২০০৮ত চাইনা নেহৱাল, ২০১৫ চনত ছিৰিল বাৰ্মা আৰু ২০২২ চনত শংকৰ মুথুস্বামীয়ে বিশ্ব জুনিয়ৰ বেডমিণ্টনৰ...