February 21, 2025 8:31 PM

views 52

অমিত শ্বাহৰ অধ্যক্ষতাত পুনেত কাইলৈ ২৭ সংখ্যক পশ্চিম মাণ্ডলিক পৰিষদৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ পুনেত কাইলৈ ২৭ সংখ্যক পশ্চিম মাণ্ডলিক পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। পশ্চিম মাণ্ডলিক পৰিষদত গুজৰাট, গোৱা, মহাৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য দাদৰা আৰু নগৰ হাভেলীৰ লগতে দমন আৰু দিউ অন্তৰ্ভুক্ত। বৈঠকত আঞ্চলিক পর্যায়ত আন্তঃগাঁথনি, খনন, পৰিৱেশ আৰু বনাঞ্চল, খাদ্য সুৰক্ষাৰ পৰিমাপ আদিৰ বিষয়ে আলোচনা কৰা হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমবায় আৰু প্ৰতিযোগিতামূলক ফেডাৰেলিজমৰ সহায় লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আ...