July 15, 2024 10:26 AM

views 52

ড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা ৰাষ্ট্ৰপতি বাইডেনৰ

● আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা কৰিছে। এই তদন্তৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থাত ৰৈ যোৱা ত্রুটি সমূহ বিচাৰ কৰা হ'ব। হোৱাইট হাউছৰ পৰা ভাষণ দি ৰাষ্ট্ৰপতি বাইডেনে কয় যে ড'নাল্ড ট্রাম্পৰ সমাৱেশত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰট'কলৰ স্বতন্ত্ৰ পৰ্যালোচনাৰ নিৰ্দেশ দিয়া হৈছে যাতে এই পৰিঘটনাসমূহ ভালদৰে পৰীক্ষা কৰিব পৰা যায়। তেওঁ কয় যে, এই স্বতন্ত্র পর্যালোচনাৰ তথ্যসমূহ আমেৰিকাৰ জনসাধাৰণৰ বাবে স্বচ্ছ ৰূপত আগবঢ়াই দ...

July 14, 2024 8:36 PM

views 59

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক আক্ৰমণৰ ঘটনাক বিশ্বৰ নেতাসকলৰ গৰিহণা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক যোৱা নিশা পেঞ্চেলভেনিয়াৰ এখন নির্বাচনী সভাত কৰা আক্ৰমণৰ ঘটনাক সমগ্ৰ বিশ্বৰ নেতাসকলে গৰিহণা দিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে এই আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ আশু-আৰোগ্য কামনা কৰে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কম্‌লা হেৰিছে এই ঘটনাত আচৰ্য প্ৰকাশ কৰিছে। তেওঁ কয় যে আমেৰিকাত এনেধৰণৰ হিংসাক কেতিয়াও প্ৰশ্চয় দিয়া নহয়। সকলোৱে এই ঘটনাক নিন্দা কৰা উচিত। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাই কয় যে আমে...

July 14, 2024 6:41 PM

views 47

বন্দুকধাৰীৰ গুলীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্প আহত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্প যোৱা নিশা পেঞ্চেলভেনিয়াৰ এখন নির্বাচনী সভাত হোৱা গুলিচালনাত আহত হয়। গুলিচালনাৰ পাছতে সুৰক্ষা কৰ্মীয়ে ততালিকে ব্যৱস্থা গ্রহণ কৰি এজন বন্দুকধাৰীক গুলিয়াই নিহত কৰে। এই ঘটনাত অন্য এজন ব্যক্তি নিহত হয় আৰু এজন আহত হয়। ঘটনাৰ সময়ত ট্রাম্প মঞ্চৰ পৰা বাগৰি পৰে আৰু গোপন সেৱাৰ বিষয়াই ততালিকে তেওঁক ঘটনাস্থলীৰ পৰা বাহিৰলৈ লৈ যায়। ট্রাম্পৰ মুখমণ্ডলত তেজৰ চেকুৰা দেখা যায়। বিষয়াসকলে প্রকাশ কৰা মতে প্রাক্তন ৰাষ্ট্ৰপতিগৰাকী সম্পূৰ্ণৰূপে নিৰাপদে আছে। শ্রীট্ৰ...