August 9, 2026 12:16 PM
3
ক’ট ডি আইভৰিৰ ৰাষ্ট্ৰপতি আলাছানে অউয়াটাৰাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্রী কীর্তি বর্ধন সিঙৰ সাক্ষাৎ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্রী কীর্তি বর্ধন সিঙে কালি আবিজানত ক'ট ডি আইভৰিৰ ৰাষ্ট্ৰপতি আলাছানে অউয়াটাৰাক সাক্ষাৎ কৰে। তেওঁ ভাৰত আৰু কোট ডি আইভৰিৰ বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰে আৰু আফ্ৰিকাৰ সৈতে ভাৰতৰ শক্তিশালী আৰু গভীৰ সংযোগৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে সংকল্প গ্রহণ কৰে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্রীসিঙে ভাৰত আৰু কোট ডি আইভৰিৰ দীৰ্ঘদিনীয়া বন্ধুত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে আৰু বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা স...