May 30, 2025 11:32 AM

views 33

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আকস্মিকভাৱে ৰংঘৰ পৰিদৰ্শন

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আকস্মিকভাৱে কালি ৰংঘৰ পৰিদৰ্শন কৰে। আহোম ৰাজত্বৰ ঐতিহ্যবাহী স্মাৰক ৰংঘৰৰ সংৰক্ষণৰ দায়িত্ব পুৰাততত্ত্ব বিভাগৰ হাতত ন্যস্ত আছে যদিও বিভাগটোৱে ঠিকমতে এই দায়িত্ব পালন কৰা নাই বুলি বিধায়কগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শ্ৰী গগৈয়ে কয়, যে এই ঐতিহাসিক স্থানখনৰ সংৰক্ষণৰ ক্ষেত্ৰত পুৰাতত্ত্ব বিভাগৰ গাফিলতি স্পষ্ট। ৰংঘৰৰ দৰে ঐতিহাসিক সম্পদৰ এই দুৰৱস্থাই আমাৰ সকলোকে লজ্জিত কৰিছে বুলিও শ্ৰী গগৈয়ে কয়। বিভাগটোৰ গাফিলতা সন্দৰ্ভত ঊৰ্ধ...