November 12, 2025 8:29 PM

views 44

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাণৰ গান শীৰ্ষক বিশেষ গীত

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰাণৰ গান শীৰ্ষক এটা বিশেষ গীত প্ৰচাৰৰ দিহা কৰিছে। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক তথা বিশিষ্ট কবি, গীতিকাৰ কৌস্তভমণি শ‍ইকীয়াই ৰচনা কৰা এই গীতটোক সুৰেৰে সজাইছে কেন্দ্ৰটোৰ আন এগৰাকী অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক তথা বিশিষ্ট সংগীতজ্ঞ জে পি দাসে। এই গীতটোত তেওঁ নিজেই কণ্ঠদান কৰিছে। আজি এই উপলক্ষে জে পি দাস আকাশবাণীৰ ষ্টুডিঅ'লৈ আহে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আগত জে পি দাসে এই সন্দৰ্ভত ...