December 31, 2025 1:01 PM

views 38

আকাশবাণী গুৱাহাটীত আজি বিয়লি ৩.০৫ বজাত বিশেষ প্রাসংগিক অনুষ্ঠানত নলবাৰী জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা নিকুঞ্জ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসংগিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত নলবাৰী জিলাৰ জলসম্পদ বিভাগত ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা নিকুঞ্জ শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ নলবাৰী জিলাৰ সংবাদদাতা ৰমেন কলিতাই। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব।