May 10, 2025 8:17 PM

views 28

ভাৰতে আফগান ভূ-ভাগত ক্ষেপনাস্ত্ৰৰে আক্ৰমণ চলোৱা বুলি পাকিস্তানে কৰা অভিযোগ আফগানিস্তানৰ নস্যাৎ

ভাৰতে আফগান ভূ-ভাগত ক্ষেপনাস্ত্ৰৰে আক্ৰমণ চলোৱা বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ আফগানিস্তানে নুই কৰিছে। আফগান নিউজ নেটৱৰ্কৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী ইনায়তুল্লা খাৱাৰিজে আজি কয় যে এই ধৰণৰ দাবী সম্পূৰ্ণৰূপে ভিত্তিহীন। ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্রিয়ে আজি পুৱা এখন সংবাদমেলত কয় যে পাকিস্তানে ভাৰতীয় ক্ষেপনাস্ত্রই আফগানিস্তানত আঘাত হনা বুলি ভূৱা অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে আফগানিস্তানৰ জনসাধাৰণে শত্ৰু কোন আৰু মিত্ৰ কোন জানে । কোনখন দেশে আফগানিস্তানৰ ভূভাগ...