May 28, 2025 12:13 PM

views 29

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে জ্যেষ্ঠ অধিবক্তা শ্বামিমা জাহানৰ শপতগ্রহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্বামিমা জাহানে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপতগ্রহণ কৰে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে শ্বামিমা জাহানক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। ইপিনে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তিনিগৰাকী ন্যায়াধীশসহ দেশৰ মুঠ ২১ গৰাকী ন্যায়াধীশক ভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়লৈ বদলিত অনুমোদন জনাইছে। সেই অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ...