June 12, 2026 12:51 PM
19
অচ্যুত লহকৰৰ আজি দশম মৃত্যু বার্ষিকী উপলক্ষে পাঠশালাত বিশেষ কাৰ্যসূচীৰ আয়োজন
ভ্ৰাম্যমান থিয়েটাৰৰ সৃষ্টিকর্তা অচ্যুত লহকৰৰ আজি দশম মৃত্যু বার্ষিকী। স্বাধীন ভাৰতৰ অন্যতম জনপ্রিয় গণমাধ্যম ভ্রাম্যমান থিয়েটাৰৰ জনক লহকৰৰ মৃত্যু তিথি উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰায় ৬০বছৰ পূৰ্বে গান্ধী জয়ন্তীৰ দিনটোত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰ স্থাপন কৰি প্ৰয়াত লহকৰে ভ্ৰাম্যমান নাট্যযাত্ৰাৰ সোণালী পথৰ সূচনা কৰিছিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই অচ্যুত লহকৰৰ মৃত্যু বার্ষিকী উপলক্ষে ভ্ৰাম্যমান থিয়েটাৰৰ জনকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক ...