September 8, 2024 8:25 PM

views 57

তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত আবুধাৱিৰ ৰাজকুমাৰ

আবুধাৱিৰ ৰাজকুমাৰ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে আজি তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ৰাজকুমাৰগৰাকীক বিমান বন্দৰত আদৰণি জনাই। আবুধাৱিৰ ৰাজকুমাৰ হিচাপে তেওঁৰ এয়া প্ৰথম বাৰত ভ্ৰমণ। এই ভ্ৰমণত সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা ব্যৱসায়িক প্রতিনিধিয়ে তেওঁক সংগ দিছে। ৰাজকুমাৰগৰাকীয়ে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন বিষয় আলোচনা কৰিব। তদুপৰি নাহিয়ান...

September 8, 2024 11:17 AM

views 34

চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ  আবু ধাবিৰ যুৱৰাজ

আবু ধাবিৰ যুৱৰাজ শ্বেইখ খালিদ বিন মহম্মদ বিন জায়দ অল নাহয়ান আজি চৰকাৰী ভ্ৰমণসূচীৰে ভাৰত পাবহি। শ্বেইখ খালিদৰ সৈতে মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, আগশাৰীৰ ব্যৱসায়ী আৰু ইউ এ ইৰ অৰ্থনৈতিক অংশীদাৰৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিব। ভ্ৰমণ কালত অভ্যাগত যুৱৰাজগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। তেওঁ লগতে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা আছে। এই আলোচনাৰ জৰিয়তে গুৰুত্বপূৰ্ণ অর্থনৈতিক ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে ...