September 7, 2026 8:40 PM
2
পৰহিলৈ বাৰাণসীত নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ মুকলি
মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ মুকলি কৰিব। পোষণৰ দ্বিতীয় সংস্কৰণ আৰু সক্ষম অংগনৱাড়ী মিছনৰ অধীনত পৰিপূৰক পুষ্টি আঁচনিৰ নিয়মাৱলীৰ সংশোধনীৰে চলিত বৰ্ষত এই কার্যসূচী ৰূপায়ণ কৰা হ'ব। অংগনৱাড়ী ব্যবস্থাপনা সমিতিৰ গঠন আৰু প্ৰথমবাৰৰ বাবে গৰম ৰন্ধা খাদ্য আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ খাদ্যৰ তালিকা প্রস্তুতৰ পৰিষদ গঠনৰ নিৰ্দেশ দিয়া হ'ব। পৰিপুষ্ট ভাৰতক আধাৰ হিচাপে লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যৰ বাবে ২০১৮ চনত ৰাষ্ট্ৰীয় বিকাশ কাৰ্যসূচ...