August 14, 2024 12:06 PM

views 28

মহাৰাষ্ট্ৰত প্রাকৃতিক দুৰ্যোগ প্ৰতিৰোধ প্রকল্পৰ বাবে ২৭৬৬ কোটি টকাৰ পুঁজিৰ অনুমোদন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই প্রাকৃতিক দুৰ্যোগ প্ৰতিৰোধৰ সৈতে জড়িত ১৯৫০টা প্রকল্প হাতত লোৱাৰ বাবে ২৭৬৬ কোটি টকাৰ পুঁজিৰ অনুমোদন জনাইছে। এই কামসমূহৰ ভিতৰত ভূমিস্খলন আৰু বানৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ, নলা নিৰ্মাণ আৰু খনন, বনানীকৰণ, পুখুৰী খনন, দলং নিৰ্মাণ আৰু মেৰামতি আদি অন্তৰ্ভুক্ত হৈ আছে। কালি মুম্বাইত মহাৰাষ্ট্ৰ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এখন বৈঠকৰ অধ্যক্ষতা কৰি শ্রীসিন্দেই কয় যে প্রশাসনে কামৰ মান আৰু সময়মতে কাম সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিব লাগিব। তেওঁ লগতে ...