July 19, 2026 8:53 PM
3
ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান গোৱাৰ সপ্তম সমাৱৰ্তন সমাৰোহ পোণ্ডাত অনুষ্ঠিত
ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান গোৱাৰ সপ্তম সমাৱৰ্তন সমাৰোহ আজি পোণ্ডাত অনুষ্ঠিত হয়। এই কার্যসূচীত বি-টেক, এম-টেক আৰু পি এইছ ডি সম্পূৰ্ণ কৰা ১৮৮ গৰাকী শিক্ষার্থীক ডিগ্রী প্রদান কৰা হয়। উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা প্ৰফেচাৰ অজয় কুমাৰ সুদ মুখ্য অতিথি হিচাপে উপস্থিত থাকে।