December 27, 2024 11:13 AM

views 32

চতুৰ্থ সু-শাসন সপ্তাহ আৰু প্ৰশাসন গাঁৱৰ দিশে অভিযানৰ সামৰণি

চতুৰ্থ সু-শাসন সপ্তাহ আৰু প্ৰশাসন গাঁৱৰ দিশে অভিযানৰ সফলতাৰে সামৰণি পৰিছে। প্ৰশাসন সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ যুটীয়া উদ্যোগত যোৱা ১৯ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ সু-শাসন সপ্তাহ আৰু ৰাষ্ট্ৰজোৰা প্ৰশাসন গাঁৱৰ দিশে অভিযান ৰূপায়ণ কৰা হয়। দেশৰ সৰ্ববৃহৎ কাৰ্যসূচী হিচাপে বিবেচিত হোৱা এই ব্যৱস্থাই নাগৰিককেন্দ্ৰিক শাসন আৰু জনসাধাৰণলৈ সকলো ধৰণৰ সেৱা নিজ ঘৰতে আগবঢ়োৱাৰ দিশত গুৰুত্ব আৰোপ কৰিছে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে প্রশাসন গাঁৱৰ দিশে কেৱল এটা শ্লোগানেই নহয় বৰং ই হৈছে...