March 27, 2025 9:18 PM

views 28

দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া পেৰা গেমছৰ সামৰণি

দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া পেৰা গেমছৰ আজি সামৰণি পৰিছে। সামৰণিৰ দিনটোত খেলুৱৈসকলে টেবুল টেনিছত তেওঁলোকৰ উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। টেবুল টেনিছৰ ফাইনেলৰ পুৰুষৰ ক্লাছ ছিক্স শাখাৰ য়েছডি আছপি ভামগাৰাই সোণৰ পদক আৰু বিকাশ ঠাকুৰে ৰূপৰ পদক লাভ কৰিছে। মহিলাৰ ক্লাছ ছিক্স শাখাত ভাৱিকা কুকাডিয়াই সোণৰ পদক আৰু জামানী নুৰজাহান নুৰালিয়ে ৰূপৰ পদক অৰ্জন কৰে। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত ভাৱিকা কুকাডিয়াই ভাৰতীয় খেল প্ৰাধিকৰণৰ অধীনত প্ৰশিক্ষণ লোৱা বুলি উল্লেখ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়...