November 30, 2024 12:47 PM

views 21

বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি, চিন্ময় কৃষ্ণসহ ১৬জন লোকৰ বেংক একাউণ্ট বন্ধ

বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক মিছা অভিযোগত গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেশখনত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। দেশখনত মহম্মদ ইউনুছ চৰকাৰৰ হিন্দু বিৰোধী কাৰ্যকলাপে অধিক ভয়ংকৰ ৰূপ লোৱাৰ সময়তে কালি চৰকাৰে চিন্ময় কৃষ্ণ দাসৰ বেংক একাউণ্টো বন্ধ কৰে। চিন্ময় কৃষ্ণৰ লগতে আন ১৬ জন হিন্দু লোকৰ বেংক একাউণ্ট এমাহলৈ বন্ধ কৰি দিয়া হয়। এইকেইজন লোকে অবৈধভাৱে ধন সৰবৰাহ কৰাৰ অভিযোগত বাংলাদেশ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰে বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত তেওঁলোকৰ সকলো ধৰণৰ লেনদেন বন্ধ থাকিব। ইপিনে ...