March 13, 2025 9:22 PM

views 25

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সংসদীয় সমষ্টি গান্ধী নগৰত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন-আধাৰশিলা স্থাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ সংসদীয় সমষ্টি গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰে’ল, স্থলপথ আৰু স্বাস্থ্য খণ্ডৰ প্ৰকল্পসমূহক সামৰি লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যখনত ৰে'লৱে, পথ আৰু শক্তিখণ্ডৰ সৈতে জড়িত কেইবাটাও জনমুখী প্ৰকল্পৰ সৈতে উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে। স্বানন্দ অঞ্চলত নতুনকৈ এখন ৫০০ খন বিছনাযুক্ত চিকিৎসালয় আৰু গান্ধী ...