January 23, 2025 11:52 AM

views 12

২০৩০ চনৰ ভিতৰত ১০ হাজাৰ ভৌগোলিক সূচ্যাংক লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণঃ কেন্দ্ৰীয় মন্ত্রী পীয়ূষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ূষ গোৱেলে ২০৩০ চনৰ ভিতৰত ১০ হাজাৰ ভৌগোলিক সূচ্যাংক লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত আয়োজিত ভৌগোলিক সূচ্যাংক সম্পৰ্কীয় সভাত মন্ত্ৰীগৰাকীয়ে কয়, যে এই লক্ষ্য চৰকাৰী পন্থাৰ জৰিয়তে ৰূপায়িত কৰা হ'ব আৰু ইয়াৰ বাবে এখন তদাৰকী সমিতি গঠন কৰি দিয়া হ'ব। তেওঁ লগতে কয়, যে বিভাগটোৱে আজিলৈকে জাৰি কৰা ভৌগোলিক সূচ্যাংকৰ সংখ্যা হৈছে ৬০৫। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত বৌদ্ধিক সম্পত্তি তথা পৰিৱেশ তন্ত্ৰৰ ওপৰত চৰকাৰে কৰা প্ৰচেষ্টাক লৈও মন্ত্ৰীগৰাকীয়ে...