December 16, 2024 12:31 PM

views 46

ভাৰতীয় মূলধনী বজাৰত চলিত মাহৰ প্ৰথম দুসপ্তাহত বিদেশী বিনিয়োগকাৰীৰ প্ৰায় ২৮ হাজাৰ কোটি টকা বিনিয়োগ

বিদেশী বিনিয়োগকাৰীয়ে চলিত মাহৰ প্ৰথম দুসপ্তাহত ভাৰতীয় মূলধনী বজাৰত প্ৰায় ২৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীয়ে ভাৰতৰ ইকুইটি বজাৰত ২২ হাজাৰ ৭৬৬ কোটি টকা আৰু ঋণৰ বজাৰত ৪ হাজাৰ ৮১৪ কোটি টকা বিনিয়োগ কৰিছে। বিদেশী বিনিয়োগকাৰীসকলে যোৱা মাহত ২১ হাজাৰ ৬১২ কোটি আৰু অক্টোবৰ মাহত ৯৪ হাজাৰ ১৭ কোটি টকা ওভতাই লৈছিল। উল্লেখযোগ্য যে, ছেপ্টেম্বৰ মাহত ৯ মাহৰ ভিতৰতে সৰ্বাধিক ৫৭ হাজাৰ ৭২৪ কোটি টকাৰ বিদেশী প্রতিষ্ঠানগত বিনিয়োগ হৈছিল। চলিত বছৰৰ এই পৰ্যন্ত ভাৰতীয় মূল...