October 4, 2026 12:08 PM
7
শিলচৰ পৌৰ নিগমৰ নির্বাচনত ৭৭.২২ শতাংশ ভোট প্ৰদান
শিলচৰ পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা শিলচৰ পৌৰ নিগমৰ নির্বাচন কালি শান্তিপূর্ণভাবে সম্পন্ন হয়। ভোটদানৰ পাছত নির্বাচন আয়োগে প্রকাশ কৰা তথ্য অনুসৰি কালি ৭৭.২২ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাবস্ত্য কৰে। উল্লেখযোগ্য যে ৪২টা বাৰ্ডৰ ভিতৰত ২টা ৱাৰ্ডত ইতিমধ্যে বিনা প্রতিদ্বন্দিতাৰে বিজেপি প্রার্থী জয়ী হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৪০ টা বাৰ্ডৰ ৩০৩টা ভোটকেন্দ্রত কালি ভোটদান প্রক্রিয়া অনুষ্ঠিত হয়। আটাইকেইটা বাৰ্ডৰ ভিতৰত ১ নম্বৰ বাৰ্ডত সর্বাধিক ৮২.৬৭ শতাংশ ভোটদান হয়। শিলচ...