November 8, 2026 8:35 PM

views 14

ব্যক্তিগত এম্বুলেন্সৰ চালক আৰু কৰ্মীসকলক দুখীয়া ৰোগীক প্ৰতাৰণা কৰি ব্যক্তিগত চিকিৎসালয়ত ভর্তি নকৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ

ৰাজ্য চৰকাৰে ব্যক্তিগত এম্বুলেন্সৰ চালক আৰু কৰ্মীসকলক দুখীয়া ৰোগীক প্ৰতাৰণা কৰি ব্যক্তিগত চিকিৎসালয়ত ভর্তি নকৰিবলৈ নিৰ্দেশ দিছে। স্বাস্থ্য মন্ত্রী অশোক সিংহলে এই কথা প্ৰকাশ কৰি কয়, যে দুখীয়া আৰু অসহায় ৰোগীক বিপথে পৰিচালিত কৰি ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱাৰ অভিযোগ গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ তেওঁ ব্যক্তিগত এম্বুলেন্সৰ চালক আৰু আন কর্মীসকলক আহ্বান জনাইছে। ভবিষ্যতে এনে অভিযোগ লাভ কৰিলে দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ৰ...