October 18, 2026 8:04 PM

views 5

পূব লাডাখৰ পূৰ্বে অনাৱিষ্কৃত তিনিটা শৃংগত পশ্চিম বংগৰ এটা পৰ্বতাৰোহণকাৰী দলৰ সফলতাৰে আৰোহণ

পশ্চিম বংগৰ এটা পৰ্বতাৰোহণকাৰী দলে পূব লাডাখৰ পূৰ্বে অনাৱিষ্কৃত তিনিটা শৃংগত সফলতাৰে আৰোহণ কৰিছে। তদুপৰি তেওঁলোকে নতুন পথেৰে চাং চেমা কাংগ্রি শৃংগতো আৰোহণ কৰে। ন-কৈ আৱিস্কাৰ কৰা শৃংগ তিনিটাক দুগৰাকী কিম্বদন্তী পৰ্বতাৰোহী টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰীৰ লগতে স্বাধীনতা সংগ্রামী নেতাজী সুভাষ চন্দ্র বসুৰ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। অভিজ্ঞ পর্বতাৰোহী ৰুদ্ৰপ্ৰসাদ হালদাৰ আৰু গিনিজ বুকত স্থান লাভ কৰা সত্যৰূপ সিদ্ধান্তৰ নেতৃত্বত যোৱা পৰ্বতাৰোহী দলটোৱে যোৱা ২৫ আগষ্টত আৰম্ভ কৰা চাং চেনো কাং...