October 11, 2026 12:36 PM

views 19

বিশ্ব মানসিক দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গ্রেইট জি পি চি ৰান ২০২৬ শীৰ্ষক মাৰাথন

বিশ্ব মানসিক দিৱসৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে সৰুসজাই ষ্টেডিয়ামৰ পৰা গ্রেইট জি পি চি ৰান ২০২৬ শীৰ্ষক মাৰাথন উলিওৱা হয়। শাৰীৰিক, মানসিক আৰু স্বাস্থ্য সজাগতাৰ লক্ষ্যৰে আয়োজন কৰা এই বিশেষ দৌৰ প্ৰতিযোগিতাত মহানগৰীৰ বিভিন্ন প্রতিষ্ঠানত কৰ্মৰত জ্যেষ্ঠ আৰু কণিষ্ঠ সংবাদিকসকলে অংশগ্ৰহণ কৰে। পুৰুষ, মহিলা উভয়েৰে বাবে অনুষ্ঠিত পাঁচ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাত শতাধিক সংবাদকর্মীয়ে অংশগ্ৰহণ কৰে। সাপ্তাহিক জিজ্ঞাসৰ আতিকুৰ ৰহমানে প্রথম, ডি বাই ৩৬৫ৰ মৃন্ময়জ্যোতি শৰ্মাই দ্ব...