November 1, 2026 12:35 PM
8
গুৱাহাটীত আজিৰে পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য দুটকা বৃদ্ধি
গুৱাহাটীত আজিৰে পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য দুটকা বৃদ্ধি পাইছে। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাৰ মুখপাত্র ইন্দ্ৰ ভৰালীয়ে কালি এই কথা সদৰি কৰে। তেওঁ কয়, যে উৎপাদন, পৰিবহণ, পশু খাদ্য আৰু অন্যান্য ব্যয় বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাই গাখীৰৰ মূল্য প্রতি লিটাৰত ২ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিলিটাৰ গাখীৰৰ মূল্য ৬৩ টকা ১০ পইচা হৈছে। পাইকাৰী বিক্রেতাসকলে এই বর্ধিত মূল্যত গো-পালকসকলৰ পৰা গাখীৰ ক্ৰয় কৰিব লা...