November 8, 2026 11:47 AM

views 13

খেল মহাৰণৰ তৃতীয় সংস্কৰণ আৰম্ভ; এতিয়ালৈ ৬৮ লাখ ৯৬ হাজাৰ খেলুৱৈৰ নাম পঞ্জীয়ন

ৰাজ্যত কালিৰে পৰা খেল মহাৰণৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। প্রথম দুটা পৰ্যায়ত সফলতা লাভৰ পাছত এইবাৰ ৮ বিধ ক্রীড়া শাখা সামৰি ব্যাপক ৰূপত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। খেল মহাৰণৰ বাবে কালি সন্ধিয়া পর্যন্ত ৬৮ লাখ ৯৬ হাজাৰ খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছে। ৰাজ্যৰ ৩৫ খন জিলাত খেল মহাৰণত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰা খেলুৱৈসকলৰ ভিতৰত ৩৮,৯৪,৭৭২ গৰাকী পুৰুষ আৰু ৩০,০১০৭৭ গৰাকী মহিলা খেলুবৈ আছে। ধুবুৰী জিলাত সর্বাধিক খেলুৱৈয়ে খেলমহাৰণত অংশগ্ৰহণ কৰিবলৈ নাম পঞ্জীয়ন কৰিছে। জিলাখনত মুঠ তিনি লাখ ৭৬,৪৪৩ গৰাকী খেলুৱৈয়ে নাম...