October 11, 2026 12:43 PM

views 4

২০২৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নতুন নীতি-নির্দেশনা জাৰি

২০২৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নতুন নীতি-নির্দেশনা জাৰি কৰিছে। এই অনুসৰি এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত পৰীক্ষার্থীয়ে প্রবেশ পত্ৰত উল্লেখ থকা ছটা বিষয়তে বাধ্যতামূলকভাৱে অৱতীৰ্ণ হ'ব লাগিব। আটাইকেইটা বিষয়তে উত্তীৰ্ণৰ বাবে ৩৩ শতাংশকৈ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে কোনো এটা বিষয়ত অনুত্তীর্ণ হ'লেও বাকী কেইটা ন্যূনতম ৩৩ শতাংশকৈ নম্বৰ লাভ কৰা পৰিক্ষাৰ্থীসকলকো চর্ত সাপেক্ষে উত্তীর্ণ ঘোষণা কৰা হ'ব। এইক্ষেত্রত আটাইতকৈ কম নম্বৰ লাভ কৰা বিষয়টো ষ...