ৰাজস্থান

January 5, 2025 7:14 PM

views 77

পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় ৰে’লৱেৰ ৰাজস্থানৰ ৰাণা প্রতাপ নগৰ আৰু কামাখ্যাৰ মাজত ভাৰত গৌৰৱ বিশেষ ৰে’ল

পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় ৰে'লৱে ৰাজস্থানৰ ৰাণা প্রতাপ নগৰ আৰু কামাখ্যাৰ মাজত এখন ভাৰত গৌৰৱ বিশেষ ৰে'ল চলাচল কৰাইছে। কালি ৰাণা প্রতাপ নগৰৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে'লগাড়ীখন কাইলৈ দুপৰীয়া ২-২৫ মিনিটত কামাখ্যা ষ্টেচনত উপস্থিত হ'ব। ৰে'লখনত অহা পর্যটকসকলে বিভিন্ন স্থান ভ্ৰমণ কৰিব পৰাকৈ দুদ...

December 8, 2024 11:40 AM

views 119

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উদ্বোধন কৰিব ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই শীর্ষ সন্মিলনত উদ্বোধনী ভাষণ দিব। এই সন্মিলনত বিশ্বৰ বিভিন্ন ঠাইৰ আগশাৰীৰ উদ্যোগপতি, কূটনীতিবিদ, বাণিজ্য প্রতিনিধি আৰু বিনিয়োগকাৰীসকলে অংশগ্রহণ কৰিব। এই সন্মিলনত ৰাজ...

October 20, 2024 6:47 PM

views 100

ৰাজস্থানৰ খোলপুৰত সংঘটিত পথ দুৰ্ঘটনাত কমেও ১২ জন লোকৰ প্রাণহানি

ৰাজস্থানৰ খোলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা হোৱা এটা পথ দুৰ্ঘটনাত কমেও ১২ জন লোকে প্রাণ হেৰুৱায়। বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহা অৱস্থাত এখন শিপাৰ বাছ আৰু এখন অটোৰিক্সাৰ মাজত হোৱা সংঘৰ্ষৰ বাবে এই অঘটনটো ঘটে। নিহত সকলৰ ভিতৰত অধিকাংশ শিশু আৰু মহিলা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত অটোৰিক্সা...

August 25, 2024 11:29 AM

views 122

মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব। আজি পুৱাৰ ভাগত শ্ৰীমোদীয়ে লাখপতি দিদি সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে জলগাঁৱলৈ যাব। এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত অলপতে লাখপতি হোৱা ১১ লাখ নতুন লাখপতি দিদিক তেওঁ সন্মান জনোৱাৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰিব।...

July 21, 2024 12:18 PM

views 89

NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু তিনিজনক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET-UGৰ প্ৰশ্নকাকত ফাদিল গোচৰ সংক্ৰান্তত আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ৰাজস্থানৰ ভৰতপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুজন শিক্ষাৰ্থী আছে। সূত্ৰৰ পৰা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।