June 18, 2024 12:31 PM

views 50

গুৱাহাটী ৰিং ৰোডৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৪,৬১৭ কোটি টকা ধাৰ্য

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোডৰ প্রাক্কলনৰ চূড়ান্ত ৰূপ দিছে। প্ৰাস্তাৱিত ৰিং ৰোডৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৪,৬১৭ কোটি টকা ধাৰ্য কৰিছে। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ দায়িত্ব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত অৰ্পণ কৰিছিল। এ...

June 18, 2024 12:26 PM

views 33

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। বিভিন্ন জিলা প্রশাসনে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে- নিজৰ লগতে সমাজৰ বাবে যোগ। পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূ...

June 18, 2024 12:51 PM

views 59

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভালেমান অঞ্চল পুনৰ বানৰ কবলত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ বানৰ আশংকাই দেখা দিছে। বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। এই পর্যন্ত ৰাজ্যৰ ১৪ খন জিলাৰ এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত প্রবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতি অবনতি ঘটিছে...

June 18, 2024 12:16 PM

views 35

ইউ ই এফ এ ইউৰোপীয়ান ফুটবল চেম্পিয়নশ্বিপত শ্লোভাকিয়াৰ ইতিহাস

ইউ ই এফ এ ইউৰোপীয়ান ফুটবল চেম্পিয়নশ্বিপত শ্লোভাকিয়াই ইতিহাস ৰচিছে। জাৰ্মানীৰ ফ্ৰেংকফটত কালি গ্রুপ ই-ৰ এখন খেলত শ্লোভাকিয়াই বেলজিয়ামক ১-০ গলৰ ব্যৱধানত ফলাফলত পৰাস্ত কৰে। খেলখনৰ সাত মিনিটত ইভান স্ক্ৰাঞ্জৰ একমাত্ৰ গলৰ সহায়ত বিশ্বৰ ৪৮ সংখ্যক স্থানৰ দল শ্লোভাকিয়াই তৃতীয় স্থানৰ বেলজিয়াম দলৰ পৰা ত...

June 18, 2024 12:49 PM

views 42

আই চি চি টি-টুৱেন্টি বিশ্বকাপত নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ জয়লাভ

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কালি সন্ধিয়া ত্রিনিদাদৰ ব্ৰায়েন লাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডে পাপুৱা নিউ গিনিক ৭ উইকেটত পৰাজিত কৰে। খেলখনত নিউজিলেণ্ডে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লৈ পাপুৱা নিউ গিনিক ১৯ অভাৰ আৰু ৪টা বলত ৭৮ ৰানতেই সীমিত কৰে। নিউজিলেণ্ডৰ হৈ...

June 18, 2024 11:52 AM

views 49

দেশৰ উত্তৰ অংশত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ অংশত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা আগলি বতৰা অনুসৰি উত্তৰ প্ৰদেশ, পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, হিমাচল প্রদেশ, বিহাৰ, উত্তৰাখণ্ড আৰু ঝাৰখণ্ডত গ্ৰীষ্ম প্ৰৱাহ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগত...

June 18, 2024 11:48 AM

views 54

অহা ৩০ জুনত আকাশবাণীযোগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড । প্রধানমন্ত্ৰীয়ে এই ...

June 18, 2024 11:44 AM

views 33

পশ্চিম বংগৰ পৰিবহণ বিভাগৰ বিশেষ বাছ সেৱাৰ ব্যৱস্থা

দুৰ্ঘটনাগ্রস্ত আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰীসকলক গন্তব্যস্থানলৈ লৈ যোৱাৰ বাবে পশ্চিম বংগৰ পৰিবহণ বিভাগে বিশেষ বাছ সেৱাৰ ব্যৱস্থা কৰিছে। শিয়ালদহ ষ্টেচনত ইতিমধ্যে যাত্ৰীসকলৰ এটা শিবিৰ স্থাপন কৰা হৈছে। পশ্চিম বংগৰ পৰিবহণ মন্ত্রী স্নেহাশিষ চক্ৰৱৰ্তী, কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিম আৰু পৰিবহণ...

June 18, 2024 11:37 AM

views 44

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মধ্যপ্ৰদেশৰ বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ

কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি মধ্যপ্ৰদেশৰ বুধনী সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰিছে। বিধানসভাৰ অধ্যক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি শ্রীচৌহানে কয় যে, কেইবা দশক পূৰ্বে বুধনীৰ পৰাই তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সদায় ইয়াৰ জনসাধাৰণক তেওঁ সেৱা আগবঢ়াই যাব। বিজেপিৰ জ্...

June 18, 2024 11:26 AM

views 28

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব। তাত তেওঁ দেশৰ প্ৰায় ৯ কোটি ২৬ লাখ কৃষকলৈ পি এম কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তিৰ ২০ হাজাৰ কোটি টকাতকৈও অধিক ধনৰাশি আনুষ্ঠানিকভাৱে মোকলাই দিব। তৃতীয়বাৰৰ বাবে জনসাধাৰণৰ অন্তৰ জয় কৰা প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সমগ্ৰ কাশী চহৰখন...