December 17, 2025 11:40 AM

views 21

তিনিখনীয়া দেশ ভ্রমণৰ অন্তিম পর্যায়ত প্রধানমন্ত্রী আজি ওমানত উপস্থিত হ’ব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি বিয়লি তিনিখনীয়া দেশ ভ্রমণৰ অন্তিম পর্যায়ত ওমানত উপস্থিত হ'ব। ওমানৰ মুৰববী স্থূলতান হাইথাম বিন তাৰিকৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰীগৰাকী দেশখনলৈ যাব। ভ্রমণকালত প্ৰধানমন্ত্ৰীগৰাকীক এটা উচ্চ পর্যায়ৰ প্রতিনিধি দলে সংগ দিক। এই দুদিনীয়া ভ্রমণত উভয় দেশে সর্বাত্মক অর্থনৈতিক সহয...

December 17, 2025 11:38 AM

views 27

নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সর্বোচ্চ সন্মান দি গ্রেট অ’নাৰ নিচান অৱ ইথিওপিয়াৰে সন্মানিত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সর্বোচ্চ সন্মান দি গ্রেট অ'নাৰ নিচান অৱ ইথিওপিয়াৰে সন্মানিত কৰা হৈছে। ইথিওপিয়াৰ প্রধানমন্ত্রী ড০ আবি আহমেদ আলীয়ে শ্রীমোদীক এই সন্মান প্রদান কৰে। দেশখনৰ ৰাজধানী এদ্দিছ আবাবাত থকা এদ্দিছ ইণ্টাৰনেচনেল কনভেনচন চেণ্টাৰত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্রধানমন্ত্ৰীগৰাকীক...

December 16, 2025 8:26 PM

views 24

অভিযান ব্যয় আৰু সুৰক্ষা বাহিনীৰ প্ৰশিক্ষণৰ বাবে বাওঁপন্থী উগ্রবাদ প্রভাৱিত ৰাজ্যসমূহলৈ চৰকাৰৰ ৩,৫০০ কোটিৰো অধিক টকা মুকলি

চৰকাৰে ২০১৪-১৫ চনৰে পৰা অভিযান ব্যয় আৰু সুৰক্ষা বাহিনীৰ প্ৰশিক্ষণৰ বাবে বাওঁপন্থী উগ্রবাদ প্রভাৱিত ৰাজ্যসমূহলৈ ৩ হাজাৰ ৫০০ কোটিৰো অধিক টকা মোকলাই দিছে। লোকসভাত আজি এটা লিখিত উত্তৰত কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে বাওঁপন্থী উগ্রবাদ প্রভাবিত ৰাজ্যসমূহলৈ বিশেষ...

December 16, 2025 8:22 PM

views 30

মাদক দ্রব্য আৰু নিচাজাতীয় দ্রব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ ২৭ খন দেশৰ সৈতে ভাৰতৰ চুক্তি স্বাক্ষৰিত

ভাৰতে মাদক দ্রব্য আৰু নিচাজাতীয় দ্রব্যৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ ২৭ খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু ১৯ খন দেশৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে কয়, যে মাদক দ্রব্যৰ অবৈধ সৰবৰাহৰ নিয়ন্ত্ৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যা...

December 16, 2025 8:20 PM

views 18

ৰাজ্যসভাত নির্বাচনী সংস্কাৰ সম্পৰ্কীয় আলোচনাৰ সামৰণি

ৰাজ্যসভাত নির্বাচনী সংস্কাৰ সম্পৰ্কীয় আলোচনাৰ আজি সামৰণি পৰে। আলোচনাত অংশগ্রহণ কৰি এন চি পিৰ প্ৰফুল পেটেলে কয়, যে ই ভি এম নির্বাচনত পূৰ্বতেও ব্যৱহাৰ হৈছিল আৰু ই ভি এমৰ সৈতে জালিয়াতি কৰাৰ কোনো প্রমাণ নাই। তেওঁ কয়, যে নির্বাচন আয়োগে ই ভি এমত কেনেকৈ জালিয়াতি কৰিব পাৰি তাক প্রমাণ কৰিবলৈ মুকলিভাৱে প্রত্য...

December 16, 2025 8:16 PM

views 44

দুদিনীয়া জর্দান ভ্রমণ সামৰি প্রধানমন্ত্রী ইথিয়াপিয়াৰ ৰাজধানী অদীছ অবাবাত উপস্থিত

প্রধানমন্ত্রী নৰেন্দ্র মোদী দুদিনীয়া জর্দান ভ্রমণ সামৰি কিছু সময় পূর্বে ইথিয়াপিয়াৰ ৰাজধানী অদীছ অবাবাত উপস্থিত হয়। এই ভ্রমণকালত শ্রীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ সৈতে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পর্কে আলোচনা কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আজি জর্দান ভ্ৰমণৰ অন্ত...

December 16, 2025 7:48 PM

views 27

নিলম্বিত অসামৰিক সেৱাৰ বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে নিলম্বিত অসামৰিক সেৱাৰ বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ এলেকা উন্নযন পুঁজিৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত সুকন্যা বৰাক নিলম্বন কৰা হৈছিল। বিষয়াগৰাকীৰ আয়বহির্ভূত সম্পত্তিৰ তদন্ত চলাই চৰকাৰে অসামৰিক সেৱাৰ বিধি অ...

December 16, 2025 7:45 PM

views 47

ধুবুৰীত সুৰক্ষিত শৈশৱ সোণালী অসম শীর্ষক ৯০ দিনীয়া শিশু সুৰক্ষা অভিযানৰ উদ্বোধন

ধুবুৰীত আজি জিলা শিশু সুৰক্ষা গোট, মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত সুৰক্ষিত শৈশৱ সোণালী অসম শীর্ষক ৯০ দিনীয়া শিশু সুৰক্ষা অভিযানৰ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা শিশু সুৰক্ষা গোট আৰু ধুবুৰী জিলা প্রশাসনৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত শিশুৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা সৃষ্...

December 16, 2025 7:42 PM

views 40

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ ৩, ৪৭১ বিঘা ভূমিত প্রশাসনৰ উচ্ছেদ অভিযান

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪৭১ বিঘা ভূমিত আজি প্রশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনৰ এই উচ্ছেদ অভিযান অহা ২০ ডিচেম্বৰলৈকে চলিব। উল্লেখযোগ্য যে অঞ্চলটোত একাংশ লোকে চৰকাৰী ভূমি দখল কৰি মীন পালনৰ বাবে পুখুৰী খান্দিছিল। প্রশাসনে জাননী জাৰি কৰি অঞ্চলটো দখলমুক্ত কৰাৰ বাবে আজি উচ্ছেদ অভিযান আৰম্ভ কৰ...

December 16, 2025 7:38 PM

views 48

অসম আৰক্ষীত খালী হৈ থকা ২,৩৫০টা পদ পূৰণ কৰাৰ বিজ্ঞাপন প্ৰকাশ

অসম আৰক্ষীত খালী হৈ থকা দুহেজাৰ ৩৫০টা পদ পূৰণ কৰাৰ বাবে বিভাগটোৱে বিজ্ঞাপন প্রকাশ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি ৰাজ্য চৰকাৰখনে প্রতিশ্রুতি পূৰণৰ দিশে আগবঢ়া বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আজি প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি ৪৮টা উপ-পৰিদৰ্শক, ৩৯টা সহ...