December 17, 2025 11:38 AM
27
নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সর্বোচ্চ সন্মান দি গ্রেট অ’নাৰ নিচান অৱ ইথিওপিয়াৰে সন্মানিত
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সর্বোচ্চ সন্মান দি গ্রেট অ'নাৰ নিচান অৱ ইথিওপিয়াৰে সন্মানিত কৰা হৈছে। ইথিওপিয়াৰ প্রধানমন্ত্রী ড০ আবি আহমেদ আলীয়ে শ্রীমোদীক এই সন্মান প্রদান কৰে। দেশখনৰ ৰাজধানী এদ্দিছ আবাবাত থকা এদ্দিছ ইণ্টাৰনেচনেল কনভেনচন চেণ্টাৰত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্রধানমন্ত্ৰীগৰাকীক...