মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 12, 2024
9:14PM

ৰাষ্ট্ৰীয় জুনিয়ৰ, ছাব জুনিয়ৰ কায়াকিং আৰু কেনয়িং প্রতিযোগিতাত অসমৰ তিনিটা পদক অৰ্জন

AIR
মধ্য প্ৰদেশৰ ভূপালত যোৱা ৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৩৪ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ, ছাব জুনিয়ৰ কায়াকিং আৰু কেনয়িং প্রতিযোগিতাত আজি মৰিগাঁৱৰ তিনিগৰাকী খেলুৱৈয়ে এটা সোণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰিছে। কালি ৫০০ মিটাৰ কে-টুত ৰূপৰ পদক অৰ্জন কৰা জিলাখনৰ বিক্ৰমজ্যোতি কোঁৱৰ আৰু দৰ্শন বৰদলৈয়ে আজি ২০০ মিটাৰ কে-টু শাখাত সোণৰ পদক অৰ্জন কৰে। আনহাতে ৫০০ মিটাৰ মিক্সড কে-টু শাখাত বিক্ৰমজ্যোতি কোঁৱৰ আৰু গাৰ্গী প্রিয়দর্শিনী বৰদলৈয়ে ৰূপৰ পদক অৰ্জন কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1