মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 12, 2024
9:12PM

ৰাজ্যত হ'বলগীয়া হস্তী গণনাৰ বাবে গোৱালপাৰা বন সংমণ্ডলত প্ৰশিক্ষণ

AIR
অহা ২০ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ৰাজ্যত হ'বলগীয়া হস্তী গণনাৰ বাবে গোৱালপাৰা বন সংমণ্ডলত জিলা সাংবাদিক সন্থাৰ সভাকক্ষত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। এই প্ৰশিক্ষণত কেইবাগৰাকী শীৰ্ষ বন বিষয়াই সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰে। প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ ৪টা বন সংমণ্ডলৰ বনাঞ্চলিক বিষয়া, জ্যেষ্ঠ কনিষ্ঠ বনপালক আৰু বনৰক্ষীসকলে অংশগ্রহণ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1