মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 11, 2024
7:31PM

৭৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাত ৬গৰাকীকৈ ভাৰতীয় খেলুৱৈৰ নিজ নিজ শাখাৰ ফাইনেলত অৱতীৰ্ণ

File Photo
বুলগেৰিয়াৰ ষ্ট্রেগুঞ্জাত অনুষ্ঠিত ৭৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাত আজি ৬গৰাকীকৈ ভাৰতীয় খেলুৱৈ নিজ নিজ শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। অমিত পংঘাল, বৰুণ সিং, শচীন আৰু ৰজত পুৰুষৰ শাখাত ফাইনেলত প্ৰতিদ্বন্দ্বী কৰা বিপৰীতে নিখাত জাৰিন মহিলা শাখাৰ খিতাপী যুঁজত উজবেকিস্তানৰ ছবিনা বব'কুল'ভাৰ সন্মুখীন হ'ব। অৰুন্ধতি চৌধুৰীও মহিলাৰ শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1