মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী            শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী           

Nov 20, 2023
8:43PM

সোণাৰিত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ কর্মশালা আৰম্ভ

AIR
চৰাইদেউ জিলাৰ দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু ৰাজ্যিক দুর্যোগ ব্যবস্থাপনা প্ৰাধিকৰণৰ সহযোগত সোণাৰিত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ এখন কর্মশালা অনুষ্ঠিত হয়। দুৰ্যোগৰ সময়ত ল'ব লগা সাবধানতা তথা দুর্যোগৰ সময়ত জনসাধাৰণক কিদৰে ক্ষিপ্রগতিত সহায় আগবঢ়াব পাৰি, সেই সন্দর্ভত কর্মশালাখনত বিস্তৃতভাবে ব্যাখা কৰা হ'ব। ইউনিছেফৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া মুকুন্দ উপাধ্যায়ে সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰা এই কর্মশালাত জিলাখনৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1