মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 11, 2024
9:52PM

ভূপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু ছাব জুনিয়ৰ কায়া কিং আৰু কেনয়িং প্রতিযোগিতাত অসমৰ দুগৰাকী খেলুৱৈৰ ৰূপৰ পদক অৰ্জন

Twitted By AIR
মধ্যপ্ৰদেশৰ ভূপালত ৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা ৩৪ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু ছাব জুনিয়ৰ কায়া কিং আৰু কেনয়িং প্রতিযোগিতাত মৰিগাঁৱৰ দুগৰাকী খেলুৱৈয়ে ৰূপৰ পদক অৰ্জন কৰিবলৈ সমর্থ হৈছে। অসমৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা বিক্ৰমজ্যোতি কোঁৱৰ আৰু দৰ্শন বৰদলৈয়ে ৫০০ মিটাৰ কে-টু শাখাত পদক অৰ্জন কৰে। প্ৰশিক্ষক অনন্ত বৰঠাকুৰৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈ দুগৰাকীয়ে কাইলৈ ২০০ মিটাৰ কে-ওৱান, কে-টু আৰু কে-ফ'ৰ শাখাত অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, প্রতিযোগিতাখনত ২৪ খন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1