মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 11, 2024
7:39PM

ভাৰতৰ ৰামকুমাৰ ৰামনাথন আৰু ছাকেট মাইনেনীৰ যুটিৰ চেন্নাই অ'পেন এ টি পি চেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল

Media_SAI
ভাৰতৰ ৰামকুমাৰ ৰামনাথন আৰু ছাকেট মাইনেনীৰ যুটিটোৱে চেন্নাই অ'পেন এ টি পি চেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। ৰামনাথন আৰু মাইনেনীৰ যুটিটোৱে কালি ফাইনেলত নিকি পোনাচা ঋত্বিক বোলিপল্লীৰ যুটিটোক পৰাভূত কৰে। প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত ভাৰতৰ সুমিত নাগল আজি ইটালীৰ লুকা নাৰ্ডিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সুমিতে কালি ছেমি ফাইনেলত চেক গণৰাজ্যৰ ডেলিবোৰ ছিৱৰছিনাক ৬-৩, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1