মুখ্য বাতৰি
বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া            কামৰূপ মহানগৰ জিলাত ৬৪০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু ভূমিপূজন            গুৱাহাটীত আলফাৰ প্ৰাক্তন সদস্যসকলক এককালীন সাহায্য বিতৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ            দিল্লীত ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেড মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ            পশ্চিমবংগত ঔদ্যোগিক উন্নয়নৰ দিশে ধাবিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে বিমান, পথ আৰু ৰে'ল যোগাযোগ ব্যৱস্থা আধুনিক কৰি তুলিবলৈ কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী           

Feb 12, 2024
9:00PM

বিহাৰৰ বিধানসভাত নীতিশ কুমাৰ চৰকাৰৰ আস্থাৰ ভোটত জয়লাভ

Tweeted By AIR
বিহাৰত আজি নীতিশ কুমাৰ চৰকাৰে বিধানসভাত আস্থাৰ ভোটত জয়লাভ কৰে। ২৪০ জনীয়া সদনত ১২৯ গৰাকী সদস্যই এই প্ৰস্তাৱত সমর্থন জনায়। বিৰোধী আৰ জে ডি, কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে নিৰ্বাচন প্ৰক্ৰিয়া বৰ্জন কৰে। বিৰোধী দলৰ অনুপস্থিতিৰ মাজতে নীতিশ চৰকাৰৰ সপক্ষে এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদনৰ কাৰ্যসূচীত উপাধ্যক্ষ মহেশ্বৰ হাজাৰীয়ে সভাপতিত্ব কৰে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1