A-
A
A+
সৰ্বশেষ :
Dec 9 2023 10:02PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
Bengali/বাংলা
হোম পে’জ
মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন
          
ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান
          
৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা
          
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
          
শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী
          
Nov 19, 2023
,
9:01PM
পঞ্চদশ সংখ্যক বডৌছা কাপ ফুটবল প্রতিযোগিতা অসম আৰু অৰুণাচলৰ কেইবাটাও স্থানত অনুষ্ঠিত
File Photo
পঞ্চদশ সংখ্যক বডৌছা কাপ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্রণমূলক ফুটবল প্রতিযোগিতা অসম আৰু অৰুণাচল প্ৰদেশৰ কেইবাটাও স্থানত অনুষ্ঠিত হৈছে। মণিপুৰৰ নেছো আৰু জুভিনেল এফ চি, শ্বিলঙৰ পি এফ আৰ এফ চি, কলকাতাৰ এফ চি, ৰাজস্থান ইউনাইটেড এফ চি, দুলীয়াজানৰ অইলকে ধৰি কেইবাটাও খ্যাতিমান দলে এই প্রতিযোগিতাত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে এই প্রতিযোগিতাই ৰাজ্যত ফুটবলৰ খেলৰ প্ৰতি যুৱ সমাজৰ আকৰ্ষণ বৃদ্ধিত অৰিহণা যোগাইছে।
আনুসংগিক বাতৰি
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1