মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী            শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী           

Nov 20, 2023
8:42PM

নগাঁৱত দুর্যোগ আশংকা হ্ৰাসৰ আৰু ম'ক অনুশীলনৰ বাবে জিলা পৰ্যায়ৰ দুদিনীয়া কর্মশালা

AIR

ৰাজ্যিক দুর্যোগ ব্যবস্থাপনা প্ৰাধিকৰণৰ সহযোগত নগাঁও জিলা দুর্যোগ ব্যবস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা দুর্যোগ আশংকা হ্ৰাসৰ আৰু ম'ক অনুশীলনৰ বাবে জিলা পৰ্যায়ৰ এখন দুদিনীয়া কর্মশালা অনুষ্ঠিত হয়। নগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া মনোৰমা মৰাঙে এই কর্মশালাৰ শুভাৰম্ভ কৰে। এই কর্মশালাখনে অসম ডি আৰ আৰ ৰোডমেপ, ২০৩০-ৰ জ্ঞান জড়িত অংশীদাৰসকলৰ ভূমিকা আৰু জিলাখনৰ নাগৰিকসকলৰ সহযোগত ৰূপায়ণৰ প্ৰক্ৰিয়াৰ লগতে আন বহুতো আনুসংগিক বিষয় সামৰি ল'ব।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1