মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী            শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী           

Nov 20, 2023
8:45PM

নগাঁও জিলাৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ অধীনত শিশু অধিকাৰ দিৱস পালন

AIR
শিশুসকলৰ সর্বাংগীন বিকাশৰ উদ্দেশ্যেৰে নগাঁও জিলাৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ অধীনত আজি শিশু অধিকাৰ দিৱস পালন কৰা হয়। এই দিবসৰ সৈতে সংগতি ৰাখি নগাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্রীয় সেবা আঁচনিৰ সহযোগত 'বেটী বচাও, বেটী পঢ়াও' আঁচনিৰ অধীনত এটা সজাগতামূলক শোভাযাত্রা উলিওৱা হয়। এই শোভাযাত্রাত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে দুই শতাধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1