A-
A
A+
সৰ্বশেষ :
Dec 9 2023 10:02PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
Bengali/বাংলা
হোম পে’জ
মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন
          
ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান
          
৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা
          
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
          
শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী
          
Nov 17, 2023
,
9:36PM
দেওবাৰে আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেটৰ ফাইনেলত ভাৰত বনাম অষ্ট্ৰেলিয়া
@ICC
ভাৰত অহা দেওবাৰে আহমেদাবাদত হ'বলগীয়া আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে যোৱা বুধবাৰে মুম্বাইত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডক ৭০ ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই কালি কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত দক্ষিণ আফ্রিকাক ৩ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে।
আনুসংগিক বাতৰি
১৯ বছৰ অনুৰ্ধৰ আই চি চি বিশ্বকাপ ক্ৰিকেটঃ কাইলৈ ফাইনেলত ইংলেণ্ডৰ মুখামুখি হ’ব ভাৰত
আই চি চিৰ দ্বাদশ মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি সম্পূৰ্ণ
মেলবৰ্ণত অনুষ্ঠিত টি-টুৱেণ্টি বিশ্বকাপত ইংলেণ্ডৰ ঐতিহাসিক জয়
দৃষ্টিহীনৰ বাবে আয়োজিত তৃতীয় টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠান
তাজমহলত আই চি চি পুৰুষ ক্রিকেট বিশ্বকাপৰ ট্ৰফী প্ৰদৰ্শন
২৯ ছেপ্তেম্বৰৰ পৰা বিশ্বকাপ ক্রিকেটৰ ৪ খনকৈ প্ৰস্তুতি মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব
আই চি চি ক্রিকেট বিশ্বকাপত বাংলাদেশৰ হাতত আফগানিস্তান ৬ উইকেট পৰাস্ত
আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত দক্ষিণ আফ্রিকা আৰু বাংলাদেশৰ জয়লাভ
আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৬ উইকেটত জয়লাভ
বিশ্বকাপ ক্রিকেটঃ নেডাৰলেণ্ডছক ৯৯ ৰানত পৰাস্ত নিউজিলেণ্ডৰ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1