A-
A
A+
সৰ্বশেষ :
Dec 9 2023 10:02PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
Bengali/বাংলা
হোম পে’জ
মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন
          
ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান
          
৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা
          
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
          
শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী
          
Nov 18, 2023
,
8:00PM
ইটালিত অনুষ্ঠিত এটিপি ফাইনেলছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেন
newsonair.gov.in
ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিটো ইটালিৰ টিউৰিছত অনুষ্ঠিত এ টি পি ফাইনেলছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। তৃতীয় বাছনি প্ৰাপ্ত বোপন্না আৰু এবডেনৰ যুটিটোৱে কালি ৰেড গ্ৰুপৰ যোগ্যতা নিৰ্ণায়ক খেলত নেডাৰলেণ্ডছৰ ৱেছলে কুলহোফ আৰু ব্ৰিটেইনৰ নীল স্কুপস্কিৰ যুটিটোক ৬-৪, ৭-৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। একেৰাহে দুখন খেলত জয় সাব্যস্ত কৰি বোপন্না আৰু এবডেনৰ যুটীটোৱে শীৰ্ষৰ দুটা যুটীৰ ভিতৰত স্থান নিশ্চিত কৰিছে। ইয়াৰ লগে লগে ৪৩ বছৰীয়া বোপন্ন এটিপি ফাইনেলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ বৰ্ষীয়ান খেলুৱৈৰূপে পৰিগণিত হৈছে।
আনুসংগিক বাতৰি
গুৱহাটীত ২০১৯-২০ চনৰ মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতা
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু সাহসিকতাৰ বঁটা প্ৰদান
সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন
আজি অভিৰুচি ক্ৰীড়া দিৱস
কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ ক্ৰীড়া প্ৰকল্পত ইনডৰ ষ্টেডিয়াম এখনৰ আধাৰশিলা স্থাপন
কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ বিশেষ সাহায্য কোষ গঠন
ফ্ৰেন্স অ’পেনৰ খেলুৱৈ নাওমি অ’ছাকাই এই বছৰ উইম্বলডনত অংশগ্ৰহণ নকৰে
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে উপ-ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় গৃহমন্ত্ৰী, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা
৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন
মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৫০০ খন খেলপথাৰ নিৰ্মাণৰ ব্যৱস্থা
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1