মুখ্য বাতৰি
জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন            ৰাজ্যৰ ১৯ খন জিলাত কাইলৈৰপৰা ১২ ডিচেম্বৰলৈ পলিঅ' প্ৰতিষেধক অভিযান            ৩৫০ কোটি টকা ব্যয়ৰে অসম ৰাজ্যিক চিৰিয়াখানাক দেশৰ ভিতৰতে আটকধুনীয়াকৈ গঢ়ি তোলাৰ লক্ষ্যঃ মুখ্যমন্ত্রী ড০ শৰ্মা            চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৭ শতাংশঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী            শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে দেশে যে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ আঁচনিসমূহক বিশ্বাস কৰে, তাকেই প্ৰমাণ কৰিছেঃ প্রধানমন্ত্ৰী মোদী           

Nov 20, 2023
8:49PM

আর্জেন্টিনাৰ নতুন ৰাষ্ট্রপতি জেভিয়াৰ মিলেইক অভিনন্দন প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ

@narendramodi

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আর্জেন্টিনাৰ ৰাষ্ট্রপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে জেভিয়াৰ মিলেইক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রীমোদীয়ে ভাৰত আর্জেন্টিনাৰ কৌশলগত মিত্ৰতা অধিক ব্যাপক কৰি তোলাৰ উদ্দেশ্যে তেওঁৰ সৈতে নিবিড়ভাবে কাম কৰাৰ বাবে আগ্রহ প্রকাশ কৰে।


লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1